THE DEFINITIVE GUIDE TO ASSAMESE SYNONYMS

The Definitive Guide to Assamese synonyms

The Definitive Guide to Assamese synonyms

Blog Article

অচলা, অদিতি, অদ্ৰিকীলা, অনন্তা, অব্ধিদ্বীপা, অৱনী, আদিমা, আদ্যা, ইড়া, ইড়িকা, ইলা, ইলিকা, ইহলোক, ইৰা, উদধিবস্ত্ৰা, উৰ্বী, উৰ্বৰা, কাশ্যপী, কু, ক্ষমা, ক্ষিতি, ক্ষিতিজ, ক্ষৌণী, গিৰিকর্ণিকা, গো, গোত্ৰা, জগৎ, জ্যা, দোহিনী, দ্বিৰা, ধাৰয়িত্ৰী, ধৰণী, ধৰা, ধৰাতল, নিশ্চলা, নৰলোক, পৃথ্বী, পৃথিৱী, বসুধা, বসুন্ধৰা, বসুমতী, বিশ্ব, বীজপ্রসূ, বৰা, ভুৱন, ভূ, ভূতল, ভূমি, ভূলোক, ভূৰ, মনুষ্যলোক, মহী, মেদিনী, মৰ্ত্য, শ্যামা৷ সংসাৰ, সপ্তদ্বীপা, সমুদ্ৰমেখলা, সৰ্বংসহা, ৰত্নগৰ্ভা, ৰত্নাৱতী, ৰসা৷ দুনিয়া৷ মৰত৷

আন্তৰিকতা, ঘনিষ্ঠতা, নিভৃততা, নিভৃতি, সৌহাৰ্দ্য, হাৰ্দিকতা৷

নিশা, বিভাৱৰী, যামিনী, ৰজনী, ৰাত্ৰি, নিশি, অম্বিকা

অপদস্থকৰণ, অমৰ্যাদা, অৱজ্ঞা, অৱমাননা, অশ্ৰদ্ধা, অসন্মান, অসম্ভ্ৰম, উপালম্ভ, উপেক্ষা,চৌঠেঙীয়া কৰা, দুৰ্ব্যৱহাৰ, তাচ্ছিল্য, লঘু কৰা, কুকুৰীপিটা কৰা, গৌৰৱহানি৷

অচ্যুত, অধোক্ষজ, অনংগমোহন, অনন্তবীৰ্য, উদ্ধৱবন্ধু, কংসহা, কংসাৰি, কমললোচন, কানাই, কানু, কালীয়দমন, কৃষ্ণ, কেশীমথন, কেশৱ, গদাধৰ, গদাপাণি, গিৰিধাৰী, গিৰিধৰ, গোষ্ঠপতি, গোষ্ঠবিহাৰী, গোকুলনাথ, গোকুলপতি, গোকুলেশ্বৰ, গোপবল্লভ, গোপাল, গোপিকা-মোহন, গোপিকাৰমণ, গোপিনীবল্লভ, গোপীনাথ, গোপীমোহন, গোপেন্দ্ৰ, গোবৰ্ধনধাৰী, গোৱিন্দ, ঘনশ্যাম, চক্ৰধৰ, চক্ৰপাণি, চাণূৰমৰ্দন, জনাৰ্দন, ত্ৰিভংগ, ত্ৰিভংগমুৰাৰি, দামোদৰ, দৈৱকীনন্দন, দ্বাৰকাধীশ, দ্বাৰকানাথ, দ্বাৰকাপতি, দ্বাৰকেশ, দ্বাৰিকানাথ, দ্বাৰিকাপতি, নগধৰ, নটবৰ, ননীচোৰ, নন্দদুলাল, নীলমণি, নীলমাধৱ, নৰকান্তক, নৰনাৰায়ণ, নৰোত্তম, পদ্মপাণি, পাণ্ডৱসখা, পাৰ্থসাৰথি, পীতাম্বৰ, পুণ্ডৰীকাক্ষ, পুলিনবিহাৰী, পুৰুষোত্তম, বংশীগোপাল, বনবিহাৰী, বনমালী, বনোৱাৰী, বাসুদেৱ, বিপিনবিহাৰী, বৃন্দাবনেশ্বৰ, বৃষ্ণি, বেণুধৰ, ব্ৰজকিশোৰ, ব্ৰজবিহাৰী, ব্ৰজভূষণ, ব্ৰজমোহন, ব্ৰজেন্দ্ৰ, ব্ৰজেশ, মথুৰাপতি, মথুৰেশ, মদনগোপাল, মদনমোহন, মধুসূদন, মাধৱ, মুকুন্দ, মুৰাৰি, মুৰাৰু, মুৰুলীধৰ, যদুমণি, যশোদাদুলাল, যশোদানন্দন, যাদৱ, যাদৱৰায়, শকটাৰি, শ্যাম, শ্যামৰায়, শ্ৰীকৃষ্ণ, শ্ৰীহৰি, সুদৰ্শনধাৰী, হৰি, ৰণচোড়, ৰসৰাজ, ৰাধাকান্ত, ৰাধানাথ, ৰাধাবল্লভ, ৰাধামাধৱ, ৰাধাৰমণ, ৰাসবিহাৰী, ৰাসেশ্বৰ৷

অনুকল্প, অন্য, অপৰ, আছুতীয়া, আন, দোচোৰা, পৰ, বিকল্প, বেলেগ, ব্যত্যস্ত, ভিন, ভিন্ন, সুকীয়া৷

অগ্নিজিহ্বা, অগ্নিমুখ, অদিতিনন্দন, অমৃতাশন, অমৰ, অসুৰাৰি, ঘৃতভোজী, ত্ৰিদশ, ত্ৰিদিৱেশ, দেৱ, দেৱতা, দেৱভূ, দৈত্যাৰি, বিবুধ, সুৰ৷

অগ্নিমান্দ্য, পেটৰ অসুখ, বদহজম, মন্দাগ্নি৷

অধিপতি, অধিপ, অধিপতি, অধিভূ, অধিৰাজ, অধীশ্বৰ, অৱনীপতি, অৱনীশ, একজন্মা, ঐষ্ণীক, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, ক্ষৌণীশ, চক্ৰপাল, ছত্ৰপতি, জাহাঁপনা, দণ্ডধৰ, দেশপতি, দেশাধিপতি, নিজাম, নৃপ, নৃপতি, নৃপবৰ, নৃপমণি, নৃপাল, নৰদেৱ, নৰপতি, নৰপাল, নৰাধিপ, নৰেন্দ্ৰ, নৰেশ, পাতচা, পেছোৱা, প্রজেশ, প্ৰজানাথ, প্ৰজাপালক, প্ৰজেশ্বৰ, বাদশ্বাহ, ভূপ, ভূপতি, ভূমিপ, ভূমীন্দ্ৰ, মহাৰাজ, মহাৰাণা, মহীশ, মানৱেন্দ্ৰ, মুকুটধাৰী, লোকপাল, লোকপালক, শ্বাহ, সামন্তেশ্বৰ, স্বৰ্গদেউ, ৰজা, ৰাজ, ৰাজচক্ৰৱৰ্তী, ৰাজন, ৰাজশেখৰ, ৰাজাধিৰাজ,সম্ৰাট, ৰাজেন্দ্ৰ, ৰাজ্যেশ্বৰ, ৰাজৰাজেশ্বৰ, ৰাণা৷

চক্‌মকীয়া, চিক্‌মি‍কীয়া, জল্‌মলীয়া, জিলিকা, জিলিকি‍ থকা, তিৰ্‌বি‍ৰীয়া, দীপ্ত, দীপ্তিযুক্ত, দীপ্তোজ্জ্বল, প্রদীপ্ত, প্ৰোজ্জ্বল, ভৰকাল, সমুজ্জ্বল, সুপ্ৰভ৷

অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, Assamese synonyms নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অচল, অদ্ৰি, অৱনীধৰ, উৰ্বীধৰ, ক্ষিতিধৰ, ক্ষিতিভৃৎ, গিৰি, গোধৰ, ধৰণীকীলক, ধৰণীধৰ, নগ, পৰ্বত, পৃথুশেখৰ, বসুধাধৰ, বসুভৃৎ, ভূধৰ, ভূভৃৎ, মহীধ্ৰ, মহীধৰ, মেদিনীধৰ, শিখৰী, শৃংগধৰ, শৃংগী, শৃংগৱান, শৈল, সানুমান৷

অংগক, অপঘন, ইন্দ্ৰিয়ায়তন, কন্ধ, গা, গাত্ৰ, তনু, তনুৰুচি, দেহপিঞ্জৰ, দেহ, দেহভৃৎ, বপু, বিপোষ, ভোগায়তন, শৰীল, শৰীৰ৷

লোহিত–বৰনদী, মহাবাহু, পদ্মা , লুইত, ব্রহ্মপুত্ৰ আদি। ললিত–শুৱনি, মনোমোহা, সুৱদি, সুন্দৰ, ধুনীয়া আদি।

Report this page